May 28, 2025 12:07 PM May 28, 2025 12:07 PM

views 6

বিটিআৰৰ নিৰ্বাচনত ৪০টা সমষ্টিতে বিজেপিয়ে প্রার্থী দিব বুলি ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াৰ ঘোষণা

বিটিআৰৰ নিৰ্বাচনত ৪০টা সমষ্টিতে বিজেপিয়ে প্রার্থী দিব বুলি দলৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই ঘোষণা কৰিছে। কালি ওদালগুৰিত বিজেপিৰ সক্ৰিয় কার্যকর্তা সভা আৰু যোগদান কার্যসূচীত অংশগ্রহণ কৰি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে এই কথা প্রকাশ কৰে। এন ডি এত অসম গণ পৰিষদ, বিজেপি আৰু ইউ পি পি এলৰ মিত্রতা থকাৰ পাছতো বিটিআৰৰ নিৰ্বাচনত প্ৰতিটো দলে সুকীয়াকৈ অৱতীৰ্ণ হ'ব। অসম গণ পৰিষদে ১০খন আসনত প্রতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে অবড়ো সুৰক্ষা সমিতিয়ে এই নিৰ্বাচনত ১৫টা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াব বু...