January 20, 2025 8:16 PM

views 10

দিল্লীৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানলৈ নাজিৰাৰ ৰজাবাৰী গাঁৱৰ জলজীৱন আঁচনিৰ সচিব দীপাংকৰ দিহিঙীয়া আমন্ত্রিত

দিল্লীৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শিৱসাগৰ জিলাৰ নাজিৰাৰ ৰজাবাৰী গাঁৱৰ জলজীৱন আঁচনিৰ সচিব দীপাংকৰ দিহিঙীয়াই আমন্ত্রণ লাভ কৰিছে। দীপাংকৰ দিহিঙীয়াৰ প্ৰচেষ্টাত ৰজাবাৰী অঞ্চলৰ ১৪৫টা পৰিয়ালে নলযোগে বিশুদ্ধ খোৱাপানী নিজৰ ঘৰৰ পদূলিতে লাভ কৰিবলৈ সমৰ্থ হৈছে। এই আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলে পানীৰ বাবদ প্ৰতিমাহে ডিজিটেল মাধ্যমেৰে আদায় দিয়া ১০০ টকাৰ জৰিয়তে হিতাধিকাৰী সমিতিয়ে বেংকত ১ লাখ ৬০ হাজাৰ টকা জমা কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো পৰিয়াললৈ নলযোগে বিশুদ্ধ খো...