January 25, 2025 12:43 PM January 25, 2025 12:43 PM
8
কাইলৈ গণৰাজ্য দিৱস, দিল্লীত ৬ তৰপীয়া সুৰক্ষা ব্যৱস্থা
দেশজুৰি কাইলৈ গণৰাজ্য দিৱস উদযাপন কৰা হ'ব। গণৰাজ্য দিৱসৰ পৰিপ্ৰেক্ষিতত দিল্লীত নিশ্ছিদ্র নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। দেশৰ এই ঐতিহাসিক ক্ষণত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে, তাৰ বাবে দিল্লীত ছয় তৰপীয়া সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মহানগৰখনত অৰ্ধসামৰিক বাহিনীৰ ৭০ টাৰো অধিক কোম্পানীৰ লগতে ১৫ হাজাৰৰো অধিক আৰক্ষী নিয়োগ কৰা হ'ব। সুৰক্ষা ব্যৱস্থাত ড্ৰোন আৰু চি চি টিভি ব্যৱহাৰ কৰা হ'ব। চাইবাৰ বিশেষজ্ঞই অহৰহ নিৰাপত্তা ব্যৱস্থাৰ নিৰীক্ষণ কৰিব। গণৰ...