December 13, 2025 12:00 PM

views 14

দিল্লীৰ ক্রমবর্ধিত প্ৰদূষণৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ পৰিকল্পিত ব্যৱস্থা

দিল্লীৰ ক্রমবর্ধিত প্ৰদূষণৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ধূলি নিয়ন্ত্ৰণৰ বাবে ৰাজপথসমূহ পৰিকল্পিতভাৱে নিৰ্মাণ কৰি অহা হৈছে। শ্বালিমাৰ বাগ বিধানসভা সমষ্টি ভ্ৰমণ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয়, যে ৰাজপথসমূহৰ নিৰ্মাণ আৰু মেৰামতিৰ বাবে বিধায়কসকললৈ পৰ্যাপ্ত পৰিমাণৰ ধন আগবঢ়োৱা হৈছে। শ্ৰীমতী গুপ্তাই কয়, যে চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ বাবে বুজন পৰিমাণৰ ধন বিনিয়োগ কৰিছে যদিও প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে জনসাধাৰণেও সক্রিয়ভাৱে অংশ ল'ব লাগিব। ধূলি আৰু ধোঁৱা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জনসাধাৰণৰ ভূমিকা...