July 13, 2024 7:45 PM

views 18

শ্বহীদ কেপ্টেইন অংশুমান সিঙৰ পত্নীক অপমানজনক মন্তব্য কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় মহিলা আয়োগক দিল্লী আৰক্ষীৰ এজাহাৰ

শ্বহীদ কেপ্টেইন অংশুমান সিঙৰ পত্নীক অপমানজনক মন্তব্য কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় মহিলা আয়োগক এজাহাৰ দাখিল কৰিছে । মহিলা আয়োগে সামাজিক মাধ্যমত তেওঁৰ বিৰুদ্ধে কৰা মন্তব্যত গুৰুত্ব আৰোপ কৰিছে। দিল্লী আৰক্ষীৰ বিশেষ কোষৰ দ্বাৰা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে।