December 20, 2024 12:03 PM

views 13

বিজেপিৰ অভিযোগৰ ভিত্তিত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ এজাহাৰ দাখিল

দিল্লী আৰক্ষীয়ে বিজেপিৰ অভিযোগৰ ভিত্তিত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। বিজেপিৰ সাংসদ অনুৰাগ সিং ঠাকুৰে সহযোগী সাংসদ বনচুৰি স্বৰাজ আৰু হেমাংগ যোশীৰ সৈতে সংসদ ষ্ট্রীট আৰক্ষী থানাত কালি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । ভাৰতীয় ন্যায় সংহিতাৰ ১০৯, ১১৫, ১১৭, ১২৫, ১৩১ আৰু ৩৫১ নম্বৰ ধাৰাৰ অধীনত এই গোচৰ ৰুজু কৰা হৈছে। উল্লেখযোগ্য যে, সংসদ ভৱন চৌহদত কালি শাসকীয় বিজেপি আৰু বিৰোধী উভয়ে পৰস্পৰৰ বিৰুদ্ধে সুকীয়াকৈ কৰা প্ৰতিবাদৰ মাজতে বিজেপিৰ সাংসদ প্ৰতাপ...