July 21, 2025 12:11 PM

views 13

আজিৰে পৰা দিল্লীৰ উদীয়মান যুৱ ফুটবল প্রতিযোগিতা অৰিয়েণ্টেল কাপৰ তৃতীয় সংস্কৰণ

দিল্লীৰ উদীয়মান যুৱ ফুটবল প্রতিযোগিতা অৰিয়েণ্টেল কাপৰ তৃতীয় সংস্কৰণ আজিৰে পৰা ড০ আম্বেদকাৰ ষ্টেডিয়ামত আৰম্ভ হ'ব। এই প্রতিযোগিতাত ৩৬টা দলে অংশগ্ৰহণ কৰিছে। ইয়াৰে ২৪টা দল ল'ৰাৰ আৰু ১২টা দল ছোৱালীৰ। উদ্বোধনী খেলত ল'ৰা শাখাত দ্বাৰকাৰ চৰকাৰী সহ-শিক্ষা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ে, মাদাৰছ ইণ্টাৰনেশ্যনেল স্কুলৰ বিৰুদ্ধে খেলিব, তাৰ পিছতে সেই দুটা দলৰেই ছোৱালীৰ দল দুটি মুখামুখি হ'ব। দিনটোৰ দ্বিতীয়াৰ্দ্ধত প্ৰথম সংস্কৰণৰ বিজয়ী চুব্রত' পাৰ্কৰ এয়াৰ ফৰ্চ স্কুলৰ ল'ৰাৰ দলটোৱে জেএনইউৰ কেন্দ্ৰীয় বিদ্যালয় ...