March 25, 2025 7:05 PM

views 17

দিল্লী বিধানসভাত আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল

 বিত্ত বিভাগৰ দায়িত্বত থকা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি দিল্লী বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে। দিল্লীত বিজেপিৰ নেতৃত্বৰ চৰকাৰ গঠনৰ পাছত এইখন হৈছে প্ৰথমখন বাজেট। বাজেট দাখিল কৰি সদনত শ্ৰীমতী গুপ্তাই কয়, যে এক লাখ কোটি টকাৰ এই বাজেটখনত প্ৰতিটো খণ্ডৰ উন্নয়ন আৰু বিকাশত গুৰুত্ব দিয়া হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা অনুসৰি বাজেটত মূলধনী ব্যয় ২৮ হাজাৰ কোটি টকাৰো অধিক ধাৰ্য কৰা হৈছে । এয়া হৈছে পূৰ্বৰ বাজেটৰ প্ৰায় দুগুণ। দিল্লী চৰকাৰৰ অন্যতম প্রধান আঁচনি মহিলা সমৃদ্ধ...

March 16, 2025 8:09 PM

views 18

দিল্লী বিধানসভাৰ নৱ নিৰ্বাচিত সদস্যসকলৰ বাবে মঙলবাৰৰ পৰা প্ৰশিক্ষণ কাৰ্যসূচী

দিল্লী বিধানসভাৰ নৱ নিৰ্বাচিত সদস্যসকলৰ বাবে অহা মঙলবাৰৰ পৰা নতুন দিল্লীত দুদিনীয়াকৈ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উদ্বোধন কৰিবলগীয়া এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে বিধায়কসকলক সংসদীয় পদ্ধতি, আচৰণ বিধি আৰু উত্তম শাসন ব্যৱস্থাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।