August 13, 2025 9:56 PM

views 13

দেশৰ ২৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ২১০ গৰাকী পঞ্চায়ত নেতাই নতুন দিল্লীৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব

সমগ্ৰ দেশৰ ২৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২১০ গৰাকী পঞ্চায়ত নেতাই অহা ১৫ আগষ্টত নতুন দিল্লীত হ'বলগীয়া স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। এই বছৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰিতসকলৰ ভিতৰত উন্নত আন্তঃগাঁথনি, উন্নত ৰাজহুৱা সেৱা আৰু সৰ্বাত্মক সমুদায় উদ্যমৰ লেখীয়া সেৱাৰ চকুতলগা ধৰণৰ উন্নয়নৰ সূচনা কৰা ভালেসংখ্যক পঞ্চায়ত নেত্ৰী আছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে কৈছে যে এই বিশেষ অতিথিসকলে হৰ ঘৰ জল যোজনা, প্রধানমন্ত্রী আবাস যোজনা গ্রামীন আৰু মিছন ইন্দ্ৰধনুষৰ লেখীয়া ...