July 23, 2025 12:42 PM
15
অলিম্পিক আৰু পেৰালিম্পিকৰ পদক বিজয়ীসকলৰ নগদ ধনৰ পৰিমাণ বৰ্তমানৰ ৩ কোটিৰ পৰা ৭ কোটি টকালৈ বৃদ্ধিৰ কথা দিল্লী চৰকাৰৰ ঘোষণা
যুৱ সৱলীকৰণৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দিল্লী চৰকাৰে অলিম্পিক আৰু পেৰালিম্পিকৰ পদক বিজয়ীসকলৰ বাবে নগদ ধনৰ পৰিমাণ বৰ্তমানৰ ৩ কোটিৰ পৰা ৭ কোটি টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। কালি নতুন দিল্লীত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত মুখ্যমন্ত্রী খেল প্রোসাহন আঁচনিৰ অধীনত এই সিদ্ধান্ত গ্রহণ কৰা হয়। এই আঁচনিৰ অধীনত অলিম্পিক আৰু পেৰালিম্পিকত সোণৰ পদক বিজয়ীসকলে ৭ কোটি টকা, ৰূপৰ পদক বিজয়ীসকলে ৫ কোটি টকা আৰু ব্ৰঞ্জৰ পদক বিজয়ীসকলে ৩ কোটি টকা লাভ কৰিব। তদুপৰি অলি...