December 24, 2025 10:58 AM

views 16

দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰিবিন্দ কেজৰিৱাললৈ দিল্লীৰ উপ-ৰাজ্যপালৰ পত্ৰ প্ৰেৰণ

দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই ৰাজধানী চহৰখনৰ প্ৰদূষণ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰিবিন্দ কেজৰিৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। ১৫ পৃষ্ঠাৰ এই পত্ৰখনত শ্ৰীছাক্সেনাই আম আদমী দলে বিগত ১১ বছৰত কৰা গাফিলতি আৰু বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, যে দিল্লীৰ বায়ু প্ৰদূষণৰ এটা প্ৰধান কাৰক ধূলি নিয়ন্ত্ৰণত কেজৰিৱাল চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল। ইয়াৰ বিপৰীতে আম আদমী দলে এই অভিযোগ খণ্ডন কৰি কয় যে, উপ ৰাজ্যপালগৰাকীয়ে ...