February 9, 2025 6:54 PM

views 8

দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীৰ উপৰাজ্যপাল ভি কে চাক্সেনাৰ ওচৰত পদত্যাগপত্র দাখিল

দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে আজি পুৱাৰ ভাগত উপৰাজ্যপাল ভি কে চাক্সেনাক সাক্ষাৎ‍ কৰি পদত্যাগপত্র দিয়ে। যোৱা বছৰ ছেপ্টেম্বৰত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰাৰ পাছত আতিশীয়ে মুখ্যমন্ত্ৰীৰ আসনত অধিস্থিত হৈছিল। উল্লেখযোগ্য যে, কালি ঘোষিত দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পার্টীয়ে ২২খন আসনতহে বিজয় সাব্যস্ত কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ উপৰাজ্যপাল ভি কে চাক্সেনাই কালিৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰীয় ৰাজধানীখনৰ সপ্তম বিধানসভা ভংগ ক...