February 23, 2025 7:53 PM

views 22

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহক দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নতুন দিল্লীত সাক্ষাৎ

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহক নতুন দিল্লীত থকা তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকল্যাণমূলক আঁচনি তথা তেওঁৰ নেতৃত্বৰ ওপৰত দিল্লীত জনসাধাৰণে অতুলনীয় বিশ্বাস প্ৰদৰ্শন কৰিছে। এই বিশ্বাসৰ প্ৰতি শ্ৰদ্ধা জনাই মুখ্যমন্ত্ৰী হিচাপে ৰেখা গুপ্তাই তেওঁৰ কাৰ্য্যকালত নতুন দিল্লীক উন্নতিৰ নতুন শিখৰলৈ লৈ যোৱাৰ লগতে জনসাধাৰণৰ আশাসমূহ পূৰণ কৰিব বুলি শ্ৰীশ্বাহে মত প্ৰকাশ কৰে। শ্ৰীমতী গুপ...