March 24, 2025 11:11 AM

views 15

দিল্লী বিধানসভাৰ বাজেট অধিবেশন আজি আৰম্ভ

দিল্লী বিধানসভাৰ বাজেট অধিবেশন আজি আৰম্ভ হ'ব। এই অধিবেশন অহা ২৮ মাৰ্চলৈ অব্যাহত থকাৰ কথা। প্ৰয়োজনত অধিৱেশনৰ সময়সীমা বৃদ্ধি কৰা হ'ব। এই অধিবেশনত আজি ডিটিচিৰ কাম-কাজ সন্দৰ্ভত কেগৰ প্ৰতিবেদন উত্থাপন কৰা হ'ব। কাইলৈ বাজেট উত্থাপন কৰাৰ লগতে বছৰটোৰ বাবে চৰকাৰী পৰিকল্পনা আৰু বিত্তীয় অগ্ৰাধিকাৰৰ বিষয়সমূহ নিৰ্ধাৰণ কৰা হ'ব। অধিবেশনৰ সময়ছোৱাত মুখ্য বিত্তীয় তথা আঁচনি সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰাৰ লগতে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব। আইন প্রণেতাসকলে আঁচনিসমূহৰ পদক্ষেপ তথা বিত্তীয় মঞ্জুৰী বিশ্লেষণ কৰ...