September 5, 2024 8:33 PM September 5, 2024 8:33 PM

views 22

দিল্লী আৰু মুম্বাইত প্ৰতি কিলোগ্ৰামত ৩৫ টকা মূল্যত পিঁয়াজৰ বিক্ৰী আৰম্ভ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে পিঁয়াজৰ বৰ্ধিত মূল্য লৈ চাই আজিৰে পৰা ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লী আৰু মুম্বাইত প্ৰতি কিলোগ্ৰামত ৩৫ টকা মূল্যত পিঁয়াজৰ বিক্ৰী আৰম্ভ কৰিছে৷ ভ্ৰাম্যমাণ বাহন আৰু ভাৰতীয় ৰাষ্ট্রীয় সমবায় উপভোক্তা সংঘ লিমিটেডৰ খুচুৰা বিক্ৰী কেন্দ্ৰ ই-কমার্চ মঞ্চ আৰু কেন্দ্ৰীয় ভাণ্ডাৰ তথা ছফলৰ দোকানৰ জৰিয়তে পিঁয়াজৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে অনাগত সময়ত ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লী আৰু মুম্বাইৰ উপৰি গুৱাহাটী, কলকাতা, ভূবনেশ্বৰ, হায়দাবাদ, চেন্নাই, বাংগালুৰু, আহমেদাব...

May 7, 2024 2:51 PM May 7, 2024 2:51 PM

views 13

দিল্লী আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী কর্মবাহিনীয়ে দিল্লী, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডত অভিযান চলাই ৫টা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

দিল্লী আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী কর্মবাহিনীয়ে দিল্লী, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডত অভিযান চলাই ৫টা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। দিল্লী আৰক্ষীৰ বাহিনীটোৰ উপ আয়ুক্ত অমিত গোৱেলে প্ৰকাশ কৰা অনুসৰি আটাইকেইটা অভিযুক্ত দিল্লী আৰু ৰাজধানী অঞ্চলত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আছিল। তেওঁ কয় যে অভিযুক্তকেইটাৰ পৰা ৫ কোটি টকাৰো অধিক মূল্যৰ ২ কিলোগ্ৰামৰো অধিক হেৰ'ইন আৰু ১ কিলোগ্রাম ক্রুড হেৰ’ইন জব্দ কৰা হৈছে। আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ বেৰিলী আৰু ঝাৰখণ্ডৰ হাজাৰিবাগত হেৰ'ইন প্ৰস্তুত কৰা দুটা কাৰখা...