May 8, 2025 7:56 PM May 8, 2025 7:56 PM

views 5

সিন্দুৰ অভিযান সন্দৰ্ভত প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ সংবাদমেল

পেহেলগাম আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে কেৱল পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিতহে আক্ৰমণ চলাই ভাৰতে সিন্দুৰ অভিযান আৰম্ভ কৰিছিল যদিও পাকিস্তানৰ আক্রোশমূলক প্রত্যাক্রমণৰ উচিত প্ৰত্যুত্তৰ হিচাপে এই অভিযান অব্যাহত ৰাখিব। প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে আজি আয়োজন কৰা এখন সংবাদমেলত বিদেশ সচিব বিক্রম মিশ্রীয়ে এই বিষয়ে প্ৰকাশ কৰে। বিদেশ সচিবগৰাকীয়ে কয় যে ভাৰতে সংযতভাৱে চলোৱা এই আক্ৰমণত কোনো অসামৰিক লোক নাইবা সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা নাছিল যদিও পাকিস্তানে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত ১৬গৰ...