August 24, 2024 11:38 AM

views 10

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্রীৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দ্বিপাক্ষিক আলোচনা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোৱানিশা ৱাশ্বিংটন ডি চিৰ পেণ্টাগণত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্রী লয়ড আষ্টিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীয়ে উদ্যোগিক সহযোগিতা, প্ৰতিৰক্ষা সহযোগিতা, আঞ্চলিক সুৰক্ষা আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ বিশদভাৱে আলোচনা কৰে। বৈঠকত শ্রীসিঙে যোৱাবছৰ গ্ৰহণ কৰা ভাৰত-আমেৰিকা প্ৰতিৰক্ষা উদ্যোগিক সহযোগিতা পৰিকল্পনাত চিনাক্ত কৰা ক্ষেত্ৰসমূহত ভাৰতত সহ বিকাশ আৰু সহ উৎপাদনৰ বিভিন্ন সুযোগ সম্পর্কে আলোকপাত কৰে। দুয়োগৰাকী মন্ত্ৰী ভা...