September 10, 2024 6:59 PM

views 14

ফিলিপাইন্‌ছত কাইলৈ ভাৰত-ফিলিপাইন্‌ছ যুটীয়া প্ৰতিৰক্ষা সহযোগিতা কমিটীৰ পঞ্চমলানি বৈঠকত প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰমানে সহ-অধ্যক্ষতা কৰিব

প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰমানে কাইলৈ ফিলিপাইন্‌ছৰ ৰাজধানী মনিলাত হ'বলগীয়া ভাৰত-ফিলিপাইন্‌ছ যুটীয়া প্ৰতিৰক্ষা সহযোগিতা কমিটীৰ পঞ্চমলানি বৈঠকত সহ-অধ্যক্ষতা কৰিব। ফিলিপাইন্‌ছৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ অবৰ সচিব ইৰিনিঅ' ক্রুজ এছপিন'ৱে শ্ৰী আৰমানেৰ সৈতে এই বৈঠকত সহ-অধ্যক্ষতা কৰিব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে শ্রী আৰমানে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা অধিক সুদৃঢ় কৰাৰ উপায় সম্পর্কে আলোচনা কৰিব। তেওঁ লগতে ফিলিপাইন্‌ছ চৰকাৰৰ অন্য বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰিব। ভাৰত আৰু ফিল...