February 8, 2025 9:30 PM February 8, 2025 9:30 PM
3
নৌসেনাৰ বাবে EON-51 শ্ৰেণীৰ ২৮টা প্ৰণালী ক্ৰয়ৰ বাবে ভাৰত ইলেকট্রনিক্স লিমিটেডৰে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ চুক্তি
প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে আজি নৌ সেনাৰ বাবে নতুন প্ৰজন্মৰ ১১ খন উপকূলীয় পহৰা জাহাজ আৰু তিনিখন প্রশিক্ষণ জাহাজৰ বাবে EON-51 শ্ৰেণীৰ ২৮টা প্ৰণালী ক্ৰয়ৰ বাবে ভাৰত ইলেকট্রনিক্স লিমিটেডৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ বাবদ ৬৪২ কোটি টকা ব্যয় হ'ব। EON-51 একপ্ৰকাৰৰ বিদ্যুৎ আলোকীয় অগ্নি নিয়ন্ত্ৰণ প্ৰণালী আৰু ইয়াৰ মাধ্যমেৰে বিদ্যুৎ আলোকীয় আৰু থাৰ্মেল ইমেজ সঁজুলিৰ সহায়ত লক্ষ্য বস্তুৰ সন্ধান, চিনাক্তকৰণ আৰু শ্ৰেণীবিভাজন কৰিব পৰা যায়। এই পদক্ষেপে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিত সহায় কৰিব আৰু ...