January 1, 2025 6:26 PM

views 12

প্ৰতিৰক্ষা খণ্ডৰ বৰ্তমান-ভৱিষ্যতৰ সংস্কাৰত গতি প্ৰদানৰ উদ্দেশ্যে ২০২৫ বৰ্ষ সংস্কাৰৰ বৰ্ষ হিচাপে ঘোষণা

প্ৰতিৰক্ষা খণ্ডৰ বৰ্তমান আৰু ভৱিষ্যতৰ সংস্কাৰত গতি প্ৰদানৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে ২০২৫ বৰ্ষ সংস্কাৰৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনি, প্ৰকল্প আৰু সংস্কাৰৰ প্ৰগতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সচিবসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত শ্ৰী সিঙে সংস্কাৰৰ বৰ্ষটো সশস্ত্র বাহিনীসমূহৰ আধুনিকীকৰণৰ যাত্ৰাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে পৰিগণিত হ'ব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয়, যে ই দেশৰ প্ৰতিৰ...