October 21, 2025 7:49 PM

views 93

বুধবাৰে নতুন দিল্লীত নৌ সেনা বাহিনীৰ কমাণ্ডাৰসকলৰ দ্বিবার্ষিক সম্মিলন

নৌ সেনা বাহিনীৰ কমাণ্ডাৰসকলৰ দ্বিবার্ষিক সম্মিলন কাইলৈ নতুন দিল্লীত আৰম্ভ হ'ব। অপাৰেচন সিন্দুৰ আৰু নৌ সেনাবাহিনীৰ অভিযান তথা যুদ্ধ প্ৰতিৰোধ প্ৰস্তুতিৰ বাবে এই সন্মিলন অধিক গুৰুত্বপূর্ণ হৈ উঠিছে। এই সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেবিনেট সচিবে নৌ সেনাবাহীনৰ কমাণ্ডাৰসকলক উদ্দেশি ভাষণ দিব আৰু বৃহত্তৰ ৰাষ্ট্ৰীয় স্বার্থ আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষর্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ গুৰুত্বৰ বিষয়ে বিশ্লেষণ আগবঢ়াব। চীফ অব ডিফেন্স ষ্টাফ আৰু বায়ু সেনা বাহিনীৰ মুৰব্বীয়েও সন্মিলনত ...

November 17, 2024 8:36 PM

views 49

চেন্নাইত প্ৰতিৰক্ষা বিষয়ক সংসদীয় স্থায়ী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

প্ৰতিৰক্ষা বিষয়ক সংসদীয় স্থায়ী সমিতিৰ এখন বৈঠক আজি চেন্নাইত অনুষ্ঠিত হয়। বৈঠকত দেশৰ ব্যাপক সামুদ্রিক সীমান্তৰ পাৰৰ উপকূলীয় নিৰাপত্তা সুনিশ্চিত কৰাত উপকূলৰক্ষী বাহিনীৰ কাম-কাজ পৰ্যালোচনা কৰা হয়। ৰাধামোহন সিঙৰ অধ্যক্ষতাত আয়োজিত বৈঠকখনত উপকূলৰক্ষী বাহিনী আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে। উপকূলৰক্ষী বাহিনীৰ সঞ্চালক প্রধান এছ পৰমেশে দেশৰ উপকূলীয় সুৰক্ষা সম্পৰ্কীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ প্ৰস্তুতি, কাম-কাজৰ সক্ষমতা, কৌশলগত পদক্ষেপৰ পৰ্যালোচনা কৰে। বৈঠকত...

August 18, 2024 11:32 AM

views 65

প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে মুকলি কৰিব চেন্নাইত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ অত্যাধুনিক সামুদ্রিক উদ্ধাৰ সমন্বয় কেন্দ্ৰ

প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে আজি চেন্নাইত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ অত্যাধুনিক সামুদ্রিক উদ্ধাৰ সমন্বয় কেন্দ্ৰ মুকলি কৰিব। তেওঁ লগতে সামুদ্রিক প্ৰদূষণ নিয়ন্ত্রণ কেন্দ্ৰ আৰু পুডুচেৰীত উপকূলৰক্ষী বাহিনীৰ বায়ু বহিঃক্ষেত্র উদ্বোধন কৰিব। চেন্নাই বন্দৰৰ সামুদ্রিক প্ৰদূষণ নিয়ন্ত্ৰণ কেন্দ্ৰ, সমুদ্ৰৰ জলপ্ৰদূষণ ৰোধৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ হ'ব। উপকূলৰ সমীপৰ জলৰাশিত তেল আৰু ৰাসায়নিক দ্ৰব্যৰ নিৰ্গমন হ'লে যাৱতীয় ব্যৱস্থা গ্ৰহণত এই কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ভ্রমণকালত প্ৰতিৰক্ষা মন্ত্ৰীগ...

April 4, 2024 11:58 AM

views 47

নতুন সৈনিক স্কুলসমূহক লৈ একাংশ সংবাদ মাধ্যমত ওলোৱা বাতৰিক অগ্ৰাহ্য প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

♦ নতুন সৈনিক স্কুলসমূহ ৰাজনৈতিক অথবা আদর্শগত যোগসূত্ৰৰ ভিত্তিত প্রতিষ্ঠানসমূহক আৱণ্টন কৰা বুলি একাংশ সংবাদ মাধ্যমত ওলোৱা বাতৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ে অগ্ৰাহ্য কৰিছে। মন্ত্ৰালয়ে কৈছে যে, এনে ধৰণৰ বাতৰি ভিত্তিহীন। সৈনিক স্কুলসমূহ ১৯৬০ চনত সৈনিক স্কুল সমাজৰ অধীনত স্থাপন কৰা হৈছিল বুলি মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। মন্ত্ৰালয়ে কৈছে যে, বৰ্তমানৰ ৩৩ খন সৈনিক বিদ্যালয়ৰ সাফল্যৰ পৰিপ্ৰেক্ষিতত দেশত অতিৰিক্ত সৈনিক স্কুলৰ দাবী উত্থাপন হৈ আহিছে। সমগ্ৰ দেশৰ যুৱ প্ৰজন্মক সৈনিক স্কুলৰ আৰ্হিৰ শিক্ষাৰ সুবিধা প্ৰদ...