January 24, 2026 8:51 PM

views 85

সমগ্র বিশ্ব অনিশ্চয়তাৰ দিশত অগ্ৰসৰ হোৱাৰ সময়ত দেশৰ যুৱ প্ৰজন্ম শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে শক্তিশালী হোৱা উচিতঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, সমগ্র বিশ্ব অনিশ্চয়তাৰ দিশত অগ্ৰসৰ হোৱাৰ সময়ত দেশৰ যুৱ প্ৰজন্ম শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে শক্তিশালী হোৱা উচিত যাতে প্ৰতিটো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰা যায়। দিল্লীৰ সেনবাহিনীৰ চাউনিত আজি ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ শিবিৰত কেডেটসকলক সম্বোধন কৰি তেওঁ কয়, যে অপাৰেচন সিন্দূৰৰ সময়ত সমগ্ৰ দেশতে আয়োজন কৰা জনজাগৰণ কাৰ্যসূচীত এন চি চি কেডেটসকলে সাহসিকতা আৰু সমৰ্পণেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ এই অভিযানৰ সময়ত নিৰাপত্তা বাহিনীসমূহৰ পাছতে এন চি...

May 29, 2025 3:25 PM

views 49

দেশৰ সুৰক্ষা আৰু সমৃদ্ধিৰ বাবে মেক ইন ইণ্ডিয়া পদক্ষেপ অতি গুৰুত্বপূৰ্ণঃ ৰাজনাথ সিং

দেশৰ সুৰক্ষা আৰু সমৃদ্ধিৰ বাবে মেক ইন ইণ্ডিয়া পদক্ষেপ অতি গুৰুত্বপূৰ্ণ আৰু এই পদক্ষেপে অপাৰেচন সিন্দূৰৰ সময়ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত বিশেষ ভূমিকা পালন কৰিলে। নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় উদ্যোগ মহাসংঘৰ বাৰ্ষিক ব্যৱসায়িক সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰণনীতি আৰু প্ৰতিক্ৰিয়া দুয়োটাকে পুনৰ ৰূপ দিলে। এতিয়াৰে পৰা পাকিস্তানৰ সৈতে আলোচনা হ’লে কেৱল সন্ত্ৰাসবাদ আৰু পাক্‌ অধিকৃত কাশ্মীৰক লৈহে আলোচ...

November 30, 2024 8:39 PM

views 42

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে INS-বিক্রমাদিত্যৰ মেৰামতিৰ বাবে কোচিন শ্বিপয়ার্ড লিমিটেডৰ সৈতে ১,২০০ কোটিৰো অধিক টকা মূল্যৰ চুক্তি সম্পন্ন

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে INS-বিক্রমাদিত্যৰ মেৰামতিৰ বাবে কোচিন শ্বিপয়ার্ড লিমিটেডৰ সৈতে আজি ১,২০০ কোটিৰো অধিক টকা মূল্যৰ চুক্তি সম্পন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি এই প্ৰকল্পৰ ফলত কোচিন শ্বিপয়ার্ড লিমিটেডৰ মেৰামতিকে ধৰি আন আনুসংগিক কাৰ্যৰ বাবে দেশৰ ঔদ্যোগিক ব্যৱস্থাত এটা বিশেষ পদক্ষেপ গ্রহণ কৰিব পাৰিব। বিমান পৰিবাহী জাহাজ আই এন এছ বিক্রমাদিত্য ২০১৩ চনৰ নৱেম্বৰত ভাৰতীয় নৌসেনা বাহিনীত মকৰল কৰা হৈছিল৷

November 20, 2024 5:42 PM

views 40

আছিয়ান দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক ‘এ ডি এম এম প্লাছ’ত অংশগ্ৰহণৰ উদ্দেশ্যে লাওছ অভিমুখে ৰাওনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আছিয়ান দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক ‘এ ডি এম এম প্লাছ’ত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিদিনীয়া কাৰ্যসূচীৰে আজি লাওছ অভিমুখে ৰাওনা হৈছে। এই বৈঠকৰ সময়ছোৱাত তেওঁ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ক লৈ গঠিত এখন মঞ্চতো ভাষণ দিব। উল্লেখযোগ্য যে এ ডি এম এম হ’ল আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ পাৰস্পৰিক সহযোগিতা বিষয়ৰ শীৰ্ষস্থানীয় মঞ্চ। আছিয়ান গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰ – ব্রুনেই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইন্‌ছ, ছিংগাপুৰ, থ...

October 5, 2024 1:21 PM

views 34

চৰকাৰ দেশক গোলকীয় নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে প্ৰতিৰক্ষা উদ্যোগক ৰপ্তানিমুখী কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, চৰকাৰ দেশক গোলকীয় নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে প্ৰতিৰক্ষা উদ্যোগক ৰপ্তানিমুখী কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। নতুন দিল্লীত ভাৰতীয় প্ৰতিৰক্ষা নিৰ্মাণ সংস্থাসমূহৰ সমাজ - এছ আই ডি এমৰ সপ্তম বার্ষিক সাধাৰণ সভাত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, ২০২৩-২৪ বৰ্ষত ঘৰুৱা প্ৰতিৰক্ষা উৎপাদনে ১ লাখ ২৭ হাজাৰ কোটি টকাৰ অভিলেখ সংখ্যক পৰিমাণ অতিক্ৰম কৰিছে। মন্ত্ৰীগৰাকীয়ে কৃত্রিম বুদ্ধিমত্তা, চাইবাৰ প্ৰতিৰক্ষা তথা স্বাধীন সংস্থাসমূহৰ লগতে শেহতীয়া প্ৰযুক্ত...

September 30, 2024 12:09 PM

views 58

কাশ্মীৰৰ গুৰেজ বিধানসভা সমষ্টিৰ নিৰ্বাচন ৰেলীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্রহণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি কয় যে, পাকিস্তানে নতুন দিল্লীৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক বজাই ৰখা হ'লে ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰখনক আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা ইছলামাবাদে বিছৰাতকৈও বৃহৎ আর্থিক সাহায্য প্রদান কৰিলেহেঁতেন। কাশ্মীৰৰ বান্দিপোৰা জিলাৰ গুৰেজ বিধানসভা সমষ্টিত আয়োজিত এটা নিৰ্বাচন ৰেলীত অংশগ্রহণ কৰি শ্রীসিঙে ২০১৪-১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ বাবে আগবঢ়োৱা উন্নয়নমূলক আর্থিক সাহায্যৰ বিষয়ে উল্লেখ কৰে। তেওঁ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ থকা প্ৰতিশ্ৰু...