May 13, 2025 9:32 PM
দেশৰ প্ৰতিৰক্ষা শিতানত ২০২৫-২৬ বৰ্ষত বাজেট ৬ লাখ ৮১ হাজাৰ কোটি টকা
দেশৰ প্ৰতিৰক্ষা শিতানৰ বাজেট ২০২৫-২৬ বৰ্ষত ২০১৩-১৪ চনৰ ২ লাখ ৫৩ হাজাৰ কোটি টকাৰ পৰা ৬ লাখ ৮১ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে কৌশলগত সংস্...