May 21, 2024 11:41 AM

views 29

জাপানৰ ক’বেত অনুষ্ঠিত পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ দীপ্তি জীৱনজীৰ সোণৰ পদক অৰ্জন

ভাৰতৰ দীপ্তি জীৱনজীয়ে জাপানৰ ক’বেত অনুষ্ঠিত চলিত বৰ্ষৰ পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপৰ মহিলাৰ ৪০০ মিটাৰ দৌৰৰ T20 শাখাত সোণৰ পদক অৰ্জন কৰাৰ লগতে বিশ্ব অভিলেখ গঢ়িছে। দীপ্তিয়ে ৫৫ দশমিক ০৭ ছেকেণ্ডেৰে আমেৰিকাৰ ব্ৰিয়ানা ক্লার্কৰ পূৰ্বৰ ৫৫ দশমিক ১-২ ছেকেণ্ডৰ বিশ্ব অভিলেখ ভংগ কৰে। একেটা শিতানত তুৰস্কৰ আইজেল অণ্ডাৰে ৰূপৰ আৰু ইকুৱেড’ৰৰ লিজানচেলা আংগুল'য়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আনহাতে ভাৰতৰ য়োগেশ কাথুনিয়াই পুৰুষৰ ডিছকাছ থ্ৰ'ৰ F56 শাখাৰ ফাইনেলত ৰূপৰ পদক অর্জন কৰে। খেলুৱৈগৰাকীয়ে ৪১ দশমিক ৮-০ মিটাৰ...