March 17, 2025 5:41 PM

views 11

প্রাক্তন কেন্দ্রীয় মন্ত্রী ড° দেৱেন্দ্ৰ প্ৰধানৰ আজি পুৱা নতুন দিল্লীত দেহাৱসান

জ্যেষ্ঠ বিজেপি নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী ড° দেৱেন্দ্ৰ প্ৰধানৰ আজি পুৱা নতুন দিল্লীত দেহাৱসান ঘটে। তেওঁৰ বয়স হৈছিল ৮৪ বছৰ। ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘ আৰ এছ এছৰ আজীৱন সদস্য ড° প্ৰধানে ইহ সংসাৰত পুত্ৰ তথা কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধান আৰু পত্নীকে ধৰি আত্মীয়-স্বজনক এৰি থৈ যায়। ১৯৮০ চনত এগৰাকী মণ্ডল সভাপতি হিচাপে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পাছত ১৯৯৮ আৰু ১৯৯৯ চনত তেওঁ একেৰাহে ওড়িশাৰ দেওগড় লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়। প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচি...