March 20, 2025 6:24 PM
অহা ২৩ মাৰ্চত তিলোত্তমা বৰুৱা সোঁৱৰণী সদৌ অসম আন্তঃ শিক্ষানুষ্ঠানভিত্তিক তর্ক প্রতিযোগিতা
গুৱাহাটীৰ জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়ত অহা ২৩ মাৰ্চত তিলোত্তমা বৰুৱা সোঁৱৰণী তৃতীয় বার্ষিক সদৌ অসম আন্তঃ শিক্ষানুষ্ঠানভিত্তিক ছাত্ৰীৰ বাবে তর্ক প্রতিযোগিতা অনুষ্ঠিত হ'ব। ধ্র...