July 4, 2025 6:56 PM
ডাঃ ৰূপলিন ৰংপিপিৰ মৃত্যুত ড° হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ
পশ্চিম কাৰ্বি আংলং জিলাৰ দংকামোকামত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ ডাঃ ৰূপলিন ৰংপিপি নামৰ প্ৰচুৰ সম্ভাৱনাপূর্ণ চিকিৎসকগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে।...