July 28, 2025 5:18 PM

views 29

পঞ্জাৱৰ লুধিয়ানা আৰু জলন্ধৰ জিলাত সংঘটিত দুটা পৃথক দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু

পঞ্জাৱৰ লুধিয়ানা আৰু জলন্ধৰ জিলাত যোৱা নিশা সংঘটিত দুটা পৃথক দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হয়। অৱশ্যে ১৯ জন লোকক নিৰাপদে উদ্ধাৰ কৰা হয়। প্রথমটো ঘটনাত মনকোৱাল গাঁৱৰ পৰা ২৯ জন তীর্থযাত্রী কঢ়িয়াই অনা এখন বাহন লুধিয়ানাৰ ছিৰহিন্দ খালত বাগৰি পৰাৰ ফলত দুটি শিশু আৰু তিনিগৰাকী মহিলাসহ ৬ জন লোকৰ মৃত্যু হয়।বাহনখনত থকা ১৯জনক উদ্ধাৰ কৰা হৈছে যদিও ৪জন লোকৰ সন্ধান পোৱা হোৱা নাই। লুধিয়ানাৰ উপ আয়ুক্ত হিমাংশু জৈনে এই কথা প্ৰকাশ কৰি সন্ধানহীন সকলৰ উদ্ধাৰৰ বাবে অভিযান চলি আছে বুলি উল্লেখ কৰে। আন এটা ঘটনাত জলন...

May 14, 2025 8:08 PM

views 21

পঞ্জাবৰ অমৃতচৰত বিষাক্ত সুৰাপানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৩লৈ বৃদ্ধি

পাঞ্জাবৰ অমৃতচৰৰ মজিথা বিধানসভা সমষ্টিৰ অধীনৰ ৪ খন গাওঁৰ জনসাধাৰণে ইথানলৰ পৰা প্ৰস্তুত কৰা বিষাক্ত সুৰা পান কৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৩ লৈ বৃদ্ধি পাইছে। সুৰা পান কৰাৰ পাছত অসুস্থ হৈ পৰা ১৩ জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে আৰু তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে। অমৃতসৰৰ অসামৰিক শল্য চিকিৎসক কিৰণদীপে এই কথা নিশ্চিত কৰি কৈছে যে সুৰাপান কৰা লোকক বিচাৰি মজিথা আৰু থ্ৰেৱাল অঞ্চলৰ ৭ খন গাঁৱৰ ঘৰে ঘৰে গৈ জৰীপ চলোৱা হৈছে।