November 2, 2024 7:54 PM November 2, 2024 7:54 PM
8
কানাডাৰ উপ-মন্ত্ৰী ডেভিদ মৰিছনে ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় স্থায়ী কমিটিৰ সন্মুখত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰসংগ উল্লেখ কৰাক লৈ প্ৰতিবাদ ভাৰতৰ
ভাৰতে কানাডাৰ উপ-মন্ত্ৰী ডেভিদ মৰিছনে ৰাজহুৱা সুৰক্ষা আৰু ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় স্থায়ী কমিটিৰ সন্মুখত গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰসংগ উল্লেখ কৰা বিষয় লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে কালি কানাডাৰ উচ্চায়ুক্তৰ প্ৰতিনিধিক সম্বোধন কৰি ভাৰতে কৰা প্ৰতিবাদৰ কথা অৱগত কৰে। বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে আজি বিয়লি নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, যোৱা ২৯ অক্টোবৰত অট'ৱাত স্থায়ী সমিতিৰ কাৰ্য্যবিধি সম্পর্কে এটা কূটনৈতিক টোকা প্ৰদান কৰা হ...