July 27, 2024 12:00 PM

views 18

দৰঙত এনচেফেলাইটিছসদৃশ ৰোগৰ গুৰুতৰ ৰূপ ধাৰণ, ৩গৰাকীৰ মৃত্যু

দৰং জিলাত এনচেফেলাইটিছসদৃশ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। জিলাখনত এইপর্যন্ত তিনিগৰাকী মহিলাৰ এই ৰোগত মৃত্যু হৈছে। জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডা০ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই জনোৱা মতে, জিলাখনৰ জলজলি খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ মোল্লাপাৰা উপ-স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত আৰেং গাঁৱত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা প্ৰথমগৰাকী ৰোগীৰ খবৰ পোহৰলৈ আহে। জিলাখনৰ স্বাস্থ্য বিভাগে ২৫ জুলাইলৈকে মুঠ ৩৪ জন লোকক এনচেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱাটো নিশ্চিত কৰিছে। এই ৰোগৰ বাহিৰেও জিলাখনত এতিয়ালৈকে জাপানীজ ...