March 27, 2025 8:15 PM

views 16

দৰং জিলাৰ মঙলদৈত ৪দিনীয়াকৈ একবিংশ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ

দৰং জিলাৰ মঙলদৈত আজিৰে পৰা ৪ দিনীয়া কাৰ্যসূচীৰে একবিংশ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হৈছে। দৰং জিলা জ্ঞান বিজ্ঞান সমিতি আৰু মঙলদৈ মহাবিদ্যালয়ৰ আতিথ্যত জ্ঞান বিজ্ঞান সমিতি অসমৰ এই সমাৰোহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিশুসকলে অংশ লৈছে। আজি উদ্বোধনীৰ দিনা ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা শিশু প্রতিনিধি আৰু নাম পঞ্জীয়ন আৰু দল গঠনৰ পাছত প্ৰতিনিধিসকলক বিভিন্ন গোটত বিভক্ত কৰি বিজ্ঞানৰ মজা, অংকৰ খেল, কল্পনাৰ সৃষ্টিশীলতাকে ধৰি কেইবাটাও বিষয়ত শিকন কোন শীর্ষক অনুষ্ঠান ৰূপায়ণ কৰা হয়। সমাৰোহৰ অংশ হিচাপে...