July 17, 2024 8:58 PM July 17, 2024 8:58 PM
19
দৰং জিলাৰ তিনিটা আয়ুষ্মান আৰোগ্য মন্দিৰৰ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ
দৰং জিলা স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰীয় গুণগত মান নিশ্চিতকৰণ কাৰ্যসূচীৰ অধীনত জিলাখনৰ তিনিটা আয়ুষ্মান আৰোগ্য মন্দিৰে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। এই বিশেষ স্বীকৃতি লাভ কৰা আৰোগ্য মন্দিৰ তিনিটা হৈছে- পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত শালিকাঝাৰ আয়ুষ্মান আৰোগ্য মন্দিৰ, ছিপাঝাৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত সানোৱা আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু ব্যাসপাৰা আয়ুষ্মান আৰোগ্য মন্দিৰ। উল্লেখযোগ্য যে এই স্বীকৃতি লাভৰ বাবে স্বাস...