December 19, 2025 7:56 PM

views 11

আজিৰে পৰা চলিত বৰ্ষৰ সুপ্রশাসন সপ্তাহ প্ৰশাসনৰ গাঁৱৰ দিশে কাৰ্যসূচী আৰম্ভ

ব্যক্তিগত ৰাজহুৱা ওজৰ আপত্তি আৰু পেন্সন মন্ত্রালয়ে আজিৰে পৰা চলিত বৰ্ষৰ সুপ্রশাসন সপ্তাহ প্ৰশাসনৰ গাঁৱৰ দিশে কাৰ্যসূচী আৰম্ভ কৰিছে। সমগ্র দেশতে হ'বলগীয়া এই অভিযানৰ বাবে আজি নতুন দিল্লীত নীতি নির্দেশনা মুকলি মন্ত্রালয়ৰ সচিব ৰচনা শ্বাহে কয় যে তৃণমূল পৰ্যায়ৰ জনসাধাৰণৰে কেনে ধৰণৰ সা-সুবিধা লাভ কৰিছে তাৰ ভিত্তিতেই সুপ্রশাসন নির্ধাৰণ কৰিব পৰা যাব। তেওঁ লগতে কয় যে সুপ্রশাসনৰ কেৱল নীতি, প্রতিষ্ঠানিক পৰিকাঠামোত নহয়, বৰঞ্চ প্ৰতিগৰাকী নাগৰিকে কেনে ধৰণৰ সা-সুবিধা লাভ কৰিছে আৰু ৰাইজৰ ওজৰ-আপত্তিসমূহ সমাধান কৰ...