July 8, 2025 8:15 PM

views 16

উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ নামভৰ্তিৰ বাবে ১২ জুলাইলৈ দৰ্পন প’ৰ্টেল পুনৰ মুকলি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ নামভৰ্তিৰ বাবে আজিৰে পৰা ১২ জুলাইলৈ দৰ্পন প'ৰ্টেল পুনৰ মুকলি ৰখাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি পৰিষদে নামভৰ্তি সম্পৰ্কীয় সবিশেষ তথ্যৰ বাবে বিদ্যালয় শিক্ষা পৰিষদৰ সংমণ্ডল দুইৰ ৱেবছাইট www.ahsec.assa.gov.in অথবা darpan.ahsec.online.inত চাবলৈ ছাত্ৰ- ছাত্রীসকলক আহ্বান জনাইছে। পৰিষদে নিৰ্দেশযোগে স্পষ্ট কৰি দিয়ে যে নিৰ্ধাৰিত সময়ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে আবেদন প্রক্রিয়া সম্পন্ন কৰিব লাগিব। একেদৰে শিক্ষানুষ্ঠানসমূহে অহা ১৫ জুলাইৰ ভিতৰত ন...