May 20, 2024 1:13 PM May 20, 2024 1:13 PM

views 15

একাদশ শ্ৰেণীত নাম ভৰ্তিৰ বাবে নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ তালিকা প্ৰকাশ

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানসমূহত একাদশ শ্ৰেণীত নাম ভৰ্তিৰ বাবে নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ তালিকা আজি দর্পণ পোৰ্টেলত প্ৰকাশ কৰা হৈছে। ছাত্র- ছাত্ৰীসকলে দর্পণ পোৰ্টেলত লগইন কৰি নামভৰ্তিৰ বাবে নির্বাচিত শিক্ষানুষ্ঠান তথা নিৰ্ধাৰিত শাখাৰ তথ্য লাভ কৰিব পাৰিব। আনহাতে এই প'ৰ্টেলত অহা ২৭ৰ পৰা ৩০ মে'ৰ ভিতৰত নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। শিক্ষা সংসদৰ অধীনত এইবাৰ একাদশ শ্ৰেণীৰ নামভৰ্তিৰ বাবে দৰ্পণ প'ৰ্টেলৰ জৰিয়তে এই পর্যন্ত তিনি লাখ ১৬ ...