May 13, 2024 8:33 PM

views 22

দৰং জিলাৰ দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ প্ৰাংগণত স্তনৰ কৰ্কট ৰোগ সম্পৰ্কত সজাগতা সভা

দৰং জিলাৰ দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ প্ৰাংগণত আজি মহাবিদ্যালয়খনৰ মহিলা কোষৰ উদ্যোগত আৰু দৰং কৰ্কট কেন্দ্ৰৰ সহযোগত স্তনৰ কৰ্কট ৰোগ সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষক ডাঃ চৈয়দ ইফটিকাৰ চোভানীয়ে ধঁপাতৰ অপকাৰিতা সম্পৰ্কে অৱগত কৰাৰ লগতে ইয়াৰ পৰা কৰ্কট ৰোগৰ আশংকা সম্পর্কে ব্যাখ্যা কৰে। তদুপৰি স্তনৰ কৰ্কট ৰোগৰ বাবে ল'বলগীয়া আগতীয়া সাৱধানতা সন্দৰ্ভত বিতংভাৱে ব্যাখ্যা কৰা হয়। এই সভাত কেইবাগৰাকীও সমল ব্যক্তিয়ে ভাষণ দিয়াৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিক...