December 5, 2025 2:49 PM December 5, 2025 2:49 PM
7
দৰং জিলা পৰিবহন বিভাগৰ উদ্যোগত পথ সুৰক্ষা সজাগতা কাৰ্যসূচী গ্ৰহণ
● দৰং জিলা পৰিবহন বিভাগৰ উদ্যোগত আজি জিলাখনৰ ঠায়ে ঠায়ে বেনাৰ, পোষ্টাৰ আদি লগাই পথ সুৰক্ষা সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শীতৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে ঘন কুঁৱলিৰ ফলত পথসমূহত প্রায়ে দুর্ঘটনা সংঘটিত হয়। এনে সময়তে বন ভোজৰ দলসমূহৰো বহু গাড়ী দুৰ্ঘটনাত পতিত হোৱা দেখা যায়। সেয়েহে জিলাখনৰ পৰিবহন বিষয়াসকলে এন্ধাৰ হোৱাৰ লগে লগে বাহনসমূহত ফগলাইট জ্বলোৱা, পথৰ কাষত গাড়ী পাৰ্ক নকৰা, গাড়ীৰ গতিবেগ নিয়ন্ত্ৰিত কৰি ৰখা, চিটবেল্ট বা হেলমেট পৰিধান কৰা- আদি বিষয়ৰ প্ৰতি চালকসকলক সচেতন কৰি তোলাৰ উদ্দেশ্যে ...