December 22, 2024 6:56 PM

views 24

ছিৰিয়াৰ গৃহযুদ্ধৰ ১৩ বছৰ পাছত ডামাছকাছত কাটাৰৰ দূতাবাস পুনৰ মুকলি

ছিৰিয়াৰ গৃহযুদ্ধৰ ১৩ বছৰ পাছত ডামাছকাছত কাটাৰে দূতাবাস আনুষ্ঠানিকভাৱে পুনৰ মুকলি কৰিছে। যোৱা ৮ ডিচেম্বৰত পূৰ্বৰ ৰাষ্ট্ৰপতি বাছাৰ অল আছাদ চৰকাৰৰ পতনৰ পাছত নতুন অস্থায়ী চৰকাৰৰ নেতৃবৰ্গৰ সৈতে বৈদেশিক সম্পর্ক বৃদ্ধি কৰিবলৈ আঞ্চলিক আৰু পশ্চিমীয়া প্ৰতিনিধিসকলৰ ছিৰিয়ালৈ ভ্ৰমণ বৃদ্ধি হোৱাৰ পাছতে কাটাৰে এই দূতাবাস পুনৰ মুকলি কৰিছে। এসপ্তাহ পূৰ্বে কাটাৰৰ এটা প্ৰতিনিধি দলে ডামাছকাছ ভ্ৰমণ কৰিছিল। কাটাৰৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্র মাজেদ অল আনচাৰিয়ে কয় যে প্রতিনিধি দলটোৱে ছিৰিয়াৰ চৰকাৰৰ প্ৰতিনিধিসক...