November 26, 2024 7:29 PM

views 17

আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস

আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস। ভাৰতৰ শ্বেত বিপ্লৱৰ জনক হিচাপে পৰিচিত ড° ভাগিজ কুৰিয়েনৰ জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতিবছৰে ২৬ নৱেম্বৰত এই দিৱস পালন কৰা হয়। দুগ্ধ দিৱস উপলক্ষে নতুন দিল্লীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ভাৰতীয় অর্থনীতি আৰু পুষ্টি সুৰক্ষাৰ ক্ষেত্ৰত দুগ্ধ খণ্ডৰ গুৰুত্বপূৰ্ণ অৱদানসমূহৰ সন্দৰ্ভত আলোচনা কৰা হ'ব। এই অনুষ্ঠানতে পশুপালন আৰু দুগ্ধ খণ্ডৰ ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটাও প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংক...