October 8, 2024 6:42 PM

views 11

গুৱাহাটীত ৰাষ্ট্ৰীয় ডাক সপ্তাহ উদযাপন

অসম ডাক পৰিমণ্ডলে ডাক সেৱা, জন সেৱা শীৰ্ষক বিষয়বস্তুৰে কালিৰেপৰা ৰাষ্ট্ৰীয় ডাক সপ্তাহ পালন কৰিছে। অহা ১১ অক্টোবৰলৈ চলিবলগীয়া ডাক সপ্তাহ সন্দৰ্ভত আজি অসম পৰিমণ্ডলৰ ডাক সেৱাৰ সঞ্চালক অভিষেক জৈনে গুৱাহাটীত এখন সংবাদমেলত সবিশেষ প্ৰকাশ কৰে। তেওঁ কয় যে ডাক সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই অনুসৰি কালি মেইল আৰু পাৰ্ছেল দিৱস আৰু আজি ডাক টিকট দিৱস উদযাপন কৰা হয়। একেদৰে কাইলৈ বিশ্ব ডাক দিৱস, ১০ অক্টোবৰত অন্ত্যোদয়া দিৱস আৰু ১১ অক্টোবৰত বিত্ত সৱলীকৰণ দিৱস উদযাপন কৰ...