May 25, 2025 7:16 PM
স্বেচ্ছাসেৱী সংগঠন পথিকৰ উদ্যোগত গুৱাহাটীত ধপাত বিৰোধী আৰু সেউজীয়া জীৱনৰ সজাগতা কার্যসূচী
স্বেচ্ছাসেৱী সংগঠন পথিকৰ উদ্যোগত আজি গুৱাহাটীত ধপাত বিৰোধী আৰু সেউজীয়া জীৱনৰ সজাগতা কার্যসূচী অনুষ্ঠিত হয়। পুৱা চাৰে ছয় বজাত ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামৰ সন্মুখত গুৱাহাট...