October 28, 2025 11:25 AM

views 51

মন্থা ঘূৰ্ণীবতাহত ক্ষতিগ্রস্ত অঞ্চলসমূহত সহায় আগবঢ়াবলৈ দলীয় গোটসমূহক নির্দেশ জে পি নাড্ডাৰ

■ মন্থা ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্রস্ত অঞ্চলসমূহত প্রয়োজনীয় সহায় আৰু সাহায্য আগবঢ়াবলৈ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ সভাপতি জে পি নাড্ডাই দলীয় গোটসমূহক নির্দেশ দিছে। ক্ষতিগ্রস্ত অঞ্চলসমূহত স্থানীয় প্ৰশাসনৰ সৈতে সহযোগিতাৰে কাম কৰি সাহায্য-সামগ্ৰী আৰু স্বাস্থ্যসেৱা প্ৰদানৰ বাবে দলীয় কর্মকর্তাসকলক বিশেষ ভূমিকা গ্রহণ কৰিবলৈ শ্ৰীনাড্ডাই আহ্বান জনাইছে। তেওঁ লগতে ঘূর্ণীবতাহ প্ৰভাৱিত অঞ্চলসমূহৰ জনসাধাৰণক অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰাৰ লগতে তেওঁলোকৰ সুৰক্ষা আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিবলৈ প্ৰতিট...

October 26, 2025 8:57 PM

views 86

অন্ধ্রপ্রদেশ আৰু পুড়ুচেৰীত মন্থা ঘূর্ণি বতাহজাকৰ বাবে সতর্কতামূলক ব্যবস্থা গ্রহণ

দক্ষিণ পূৱ বঙ্গোপসাগৰত সৃষ্টি হোৱা নিম্নছাপ কাইলৈৰ ভিতৰত ঘূর্ণি বতাহলৈ ৰূপান্তৰিত হ'ব পাৰে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সকিয়াই দিছে। ঘূর্ণি বতাহজাক উত্তৰ-পশ্চিম দিশে গতি কৰাৰ আৰু মঙলবাৰৰ ভিতৰত প্ৰৱল ঘূর্ণিবতাহলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। অন্ধ্রপ্রদেশ আৰু পুড়ুচেৰীয়ে মন্থা নামৰ এই ঘূর্ণি বতাহজাকৰ সম্ভাৱনালৈ চাই সতর্কতামূলক ব্যবস্থা গ্রহণ কৰিছে।