December 11, 2025 8:13 PM December 11, 2025 8:13 PM
2
ভুৱা ডিজিটেল গ্ৰেপ্তাৰ প্ৰক্ৰিয়াৰ প্ৰতি সচকিত হৈ থাকিবলৈ জনসাধাৰণলৈ কেন্দ্ৰৰ আহ্বান
কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় চাইবাৰ সমন্বয়ৰক্ষী কেন্দ্ৰৰ বিষয়া হিচাপে চিনাকি দি বর্তমান নতুনকৈ চলি থকা এটা ভুৱা ডিজিটেল গ্ৰেপ্তাৰ প্ৰক্ৰিয়াৰ প্ৰতি সচকিত হৈ থাকিবলৈ দেশৰ জনসাধাৰণলৈ আহ্বান জনাইছে। এই ভুবা গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া অংশ হিচাপে এখন ভুৱা অভিযোগপূর্ণ পত্ৰ প্ৰেৰণেৰে ভীতি প্ৰদৰ্শন কৰি অভিযোগসমূহৰ পৰা পৰিত্ৰাণ পাবৰ বাবে উত্তৰ দিবলৈ বিশেষ ব্যক্তিজনক বাধ্য কৰাৰ এটা ঘটনা পোহৰলৈ আহিছে। প্ৰেছ ইনফৰমেছন ব্যুৰাৰ সত্যতা নিৰুপণ শাখাই এই পত্রখন ভুৱা বুলি প্ৰমাণ কৰি জানিবলৈ দিয়ে যে, কোনো চৰকাৰী সংস্থাই ই-মেইল ...