May 21, 2024 11:55 AM May 21, 2024 11:55 AM
13
আজি বিশ্ব সাংস্কৃতিক বিচিত্রতা দিৱস
আজি বিশ্ব সাংস্কৃতিক বিচিত্রতা দিৱস। বিশ্বৰ বিভিন্ন প্ৰান্তত শান্তি আৰু সংহত বিকাশ সম্ভৱ কৰি তোলাত আন্তঃসাংস্কৃতিক আলোচনাৰ গুৰুত্বপূৰ্ণ ভূমিকাক তুলি ধৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰি অহা হৈছে। দেখা গৈছে যে, বিশ্বৰ সাম্প্ৰতিক ৯০ শতাংশ সংঘাতেই আন্তঃসাংস্কৃতিক আলোচনাৰ অভাৱৰ বাবে সৃষ্টি হৈছে। এই ক্ষেত্ৰত শান্তি প্রতিষ্ঠা আৰু ফলদায়ক সহযোগিতাৰ বাবে আন্তঃসাংস্কৃতিক আলোচনাক শক্তিশালী কৰি তোলাত প্ৰাথমিক গুৰুত্ব দিয়াৰ প্ৰয়োজন হৈছে। ইউনেস্ক’ৰ মতে সংস্কৃতি আৰু সৃষ্টিশীল খণ্ড হৈছে বিশ্বজোৰা বিকাশৰ আটাইতকৈ শ...