April 21, 2025 11:21 AM April 21, 2025 11:21 AM
13
আই পি এলঃ দেওবাৰে চেন্নাই ছুপাৰ কিংছক ৯ উইকেটত পৰাস্ত মুম্বাই ইণ্ডিয়ানছৰ
● মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত কালি অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰ কিংছক ৯ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেটৰ বিনিময় ১৭৬ ৰান কৰে। প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে এটা উইকেট হেৰুৱাই ১৫ অভাৰ আৰু ৪টা বলতে নির্ধাৰিত লক্ষ্যত উপনীত হয়। ৰোহিত শৰ্মাই ৪৫টা বলত ৭৬ ৰান কৰাৰ লগতে সূর্য কুমাৰ যাদৱে ৩০টা বলত ৬৮ ৰান কৰে। ৰোহিত শৰ্মাক প্লেয়াৰ অব দ্যা মেচ ঘোষণা কৰা হয়। প্রতিযোগিতাৰ আন এখন খেলত ৰয়েল ছেলেঞ্জাৰ...