May 31, 2025 1:25 PM
অশোধিত পাম তেল, চয়াবিন তেল, সূর্যমুখী তেলৰ ওপৰত আৰোপিত বুনিয়াদী সীমা শুল্ক ১০ শতাংশলৈ হ্ৰাস
কেন্দ্ৰীয় চৰকাৰে অশোধিত পাম তেল, অশোধিত চয়াবিন তেল আৰু অশোধিত সূর্যমুখী তেলৰ ওপৰত আৰোপিত বুনিয়াদী সীমা শুল্ক ১০ শতাংশলৈ হ্ৰাস কৰিছে। খোৱা তেলৰ খুচুৰা মূল্য হ্ৰাস কৰা আৰু প্ৰ-সংস্কৰণৰ স...