May 31, 2025 1:25 PM

views 13

অশোধিত পাম তেল, চয়াবিন তেল, সূর্যমুখী তেলৰ ওপৰত আৰোপিত বুনিয়াদী সীমা শুল্ক ১০ শতাংশলৈ হ্ৰাস

কেন্দ্ৰীয় চৰকাৰে অশোধিত পাম তেল, অশোধিত চয়াবিন তেল আৰু অশোধিত সূর্যমুখী তেলৰ ওপৰত আৰোপিত বুনিয়াদী সীমা শুল্ক ১০ শতাংশলৈ হ্ৰাস কৰিছে। খোৱা তেলৰ খুচুৰা মূল্য হ্ৰাস কৰা আৰু প্ৰ-সংস্কৰণৰ সৈতে জড়িত ঘৰুৱা উদ্যোগিকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিত্ত মন্ত্ৰ্যালয়ে সীমা শুল্ক হ্ৰাসৰ সিদ্ধান্ত ততালিকে কাৰ্যকৰী হোৱাকৈ এই সন্দৰ্ভত কালি এখন অধিসূচনা জাৰি কৰিছে। অৱশ্যে পৰিশোধিত তেলৰ ওপৰত আৰোপিত সীমা শুল্ক ৩২ দশমিক ৫ শতাংশত অপৰিৱৰ্তিত ৰখা হৈছে। ইয়াৰ পূৰ্বে, এই তিনিবিধ খো...