January 19, 2025 7:50 PM

views 23

কেন্দ্ৰীয় চৰকাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান হিচাপে দায়িত্ব গ্ৰহণৰ পূৰ্বে জি পি সিঙে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে। শিৱসাগৰৰ আৰক্ষী অতিথিশালাত অনুষ্ঠিত বিদায় সম্বর্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রীসিঙে কয়, যে অসমৰ জনসাধাৰণ যথেষ্ট মৰমীয়াল। অসমত কাম কৰা সুন্দৰ অভিজ্ঞতাৰে তেওঁ নতুন দায়িত্ব নিয়াৰিকৈ পালন কৰি যাব বুলি আশা প্ৰকাশ কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, কেন্দ্ৰীয় চৰকাৰে জি পি সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি দিছে। এই সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰ...