ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 2, 2025 1:01 PM

view-eye 1

এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফীৰ অন্তিমখন টেষ্টৰ দ্বিতীয় ইনিংছত ভাৰতৰ ২ উইকেটত ৭৫ ৰাণ সংগ্ৰহ

লণ্ডনৰ অ’ভেলত অনুষ্ঠিত এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফীৰ পঞ্চম তথা অন্তিমখন টেষ্টৰ আজি তৃতীয় দিনা ভাৰতে কালি দুটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৭৫ ৰানৰ পৰা নিজৰ দ্বিতীয় ইনিংছৰ খেল পুনৰ আৰম্ভ কৰি...

August 1, 2025 8:26 PM

view-eye 2

অভেলত চলি থকা পঞ্চম তথা অন্তিম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্রথম ইনিংছত শোচনীয় প্ৰদৰ্শন

অভেলত চলি থকা পঞ্চম তথা অন্তিম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে প্রথম ইনিংছত শোচনীয় প্ৰদৰ্শন দাঙি ধৰিছে। খেলখনৰ আজি দ্বিতীয় দিনা ভাৰতে কালি ৬ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ২০৪ ৰানৰ পৰা খেলি...

July 24, 2025 8:15 PM

view-eye 2

ভাৰত আৰু ইংলেণ্ডৰ মাজত অ’ল্ড ট্রেফ’ৰ্ডত চতুর্থ ক্রিকেট টেষ্টত ভাৰতে প্রথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ৩৫৮ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ

ভাৰত আৰু ইংলেণ্ডৰ মাজত অ’ল্ড ট্রেফ'ৰ্ডত চলি থকা চতুর্থ ক্রিকেট টেষ্টৰ আজি দ্বিতীয় দিনা ভাৰতে প্রথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ৩৫৮ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ভোজন বিৰতিৰ পৰলৈকে ৬ উই...

July 24, 2025 8:10 PM

চৰাইদেউ জিলা যোগাসন ক্রীড়া সন্থাৰ সহযোগত সাপেখাটিত আজিৰে পৰা পঞ্চম বার্ষিক সদৌ অসম যোগাসন ক্রীড়া প্রতিযোগিতা আৰম্ভ

সদৌ অসম যোগাসন ক্রীড়া সন্থাৰ উদ্যোগত চৰাইদেউ জিলা যোগাসন ক্রীড়া সন্থাৰ সহযোগত সাপেখাটিত আজিৰে পৰা পঞ্চম বার্ষিক সদৌ অসম যোগাসন ক্রীড়া প্রতিযোগিতা আৰম্ভ হৈছে। সাপেখাটি মজলীয়া বিদ্যা...

July 23, 2025 9:05 PM

view-eye 2

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত ক্রিকেট শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ আজিৰ পৰা অ’ল্ড ট্রেফ’ৰ্ডত অনুষ্ঠিত

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত ক্রিকেট শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ আজিৰ পৰা অ’ল্ড ট্রেফ'ৰ্ডত অনুষ্ঠিত হৈছে। টেষ্টখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰা ভ্ৰমণকাৰী ভাৰতীয় দলটোৱে বাতৰি যুগুতোৱা...

July 15, 2025 12:17 PM

view-eye 3

এণ্ডাৰ্ছন-তেণ্ডুলকাৰ ট্ৰফীৰ শৃংখলাত ইংলেণ্ডৰ ২-১ ৰ অগ্রগতি লাভ

এণ্ডাৰ্ছন-তেণ্ডুলকাৰ ট্ৰফীৰ তৃতীয়খন টেষ্টত ইংলেণ্ডে ভাৰতক ২২ ৰানত পৰাস্ত কৰি শৃংখলাত ২-১ৰ অগ্রগতি লাভ কৰিছে। লর্ডছত কালি অনুষ্ঠিত তৃতীয় টেষ্টৰ অন্তিম দিনা ১৯৩ ৰানৰ বিজয় লক্ষ্যৰে খেলি...

July 14, 2025 8:02 PM

view-eye 1

লৰ্ডছ ক্রিকেট টেষ্টত ভাৰত নিশ্চিত পৰাজয়ৰ সন্মুখীন

লৰ্ডছ ক্রিকেট টেষ্টত ভাৰত নিশ্চিত পৰাজয়ৰ সন্মুখীন হৈছে। আজি খেলখনৰ পঞ্চম তথা অন্তিম দিনা ভাৰতে জয়লাভৰ দ্বিতীয় ইনিংছৰ ছটা উইকেট বাকী থকা অৱস্থাত ১৯৩ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰে য...

July 14, 2025 11:30 AM

view-eye 1

এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি পঞ্চম দিন

● লর্ডছত চলি থকা এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি পঞ্চম দিনা ভাৰতে কালি চাৰিটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৫৮ ৰানৰ পৰা নিজৰ দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰি...

July 11, 2025 10:28 AM

view-eye 2

এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফীত বিয়লি ৩.৩০ বজাত ইংলেণ্ড ভাৰতৰ মুখামুখি হ’ব

● এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফীৰ বাবে হোৱা টেষ্ট ক্রিকেট শৃংখলাৰ লৰ্ডছত অনুষ্ঠিত তৃতীয়খন খেলত আয়োজক দেশ ইংলেণ্ডে ৪টা উইকেটৰ বিনিময়ত প্ৰথম ইনিংছত কালি সংগ্ৰহ কৰা ২৫১ ৰানৰ পৰা আজি দ্বিতীয...

June 24, 2025 8:58 PM

view-eye 1

হেডিংলী টেষ্টত ইংলেণ্ডৰ অপেনাৰদ্বয়ৰ দৃঢ় বেটিঙেৰে জয়ৰ কঠিন লক্ষ্যৰ ফালে ধাৱমান

হেডিংলী টেষ্টত ইংলেণ্ডৰ অপেনাৰদ্বয়ৰ দৃঢ় বেটিঙেৰে ঘৰুৱা দলটো জয়ৰ কঠিন লক্ষ্যৰ ফালে ধাৱমান হৈছে। আজি খেলখনৰ পঞ্চম তথা অন্তিম দিনা ইংলেণ্ডে কালি কোনো উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰা ২১ ৰানৰ ...