December 30, 2024 6:28 PM
7
মেলবর্ণত অনুষ্ঠিত টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্টত ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ ১৮৪ ৰানৰ ব্যৱধানত জয়লাভ
মেলবর্ণত অনুষ্ঠিত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্টত অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে ১৮৪ ৰানৰ ব্যৱধানত জয়লাভ কৰিছে। আজি পঞ্চম দিনা ভাৰতৰ দলটোৱে ৩৪০ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৫৫ ৰানতেই ইনিংছ সামৰিবলগীয়া হয়। দলটোৰ হৈ য়শস্বী জয়ছোৱালে ৮৪ ৰানৰ বৰঙণি আগবঢ়ায় যদিও আন খেলুৱৈসকল আশানুৰূপ ভূমিকা পালন কৰাত ব্যৰ্থ হয়। অষ্ট্ৰেলিয়াৰ হৈ পেট কামিন্স আৰু স্কর্ট বলেণ্ডে তিনিটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই কালি ৯ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ২২৮ ৰাণৰ পৰা আজি পুৱা দ্...